মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে অনুবাদ কৰা শ্ৰীমদ্ভাগৱতৰ স্কন্ধসমূহ হৈছেঃ
ক) প্ৰথম স্কন্ধ
খ) দ্বিতীয় স্কন্ধ
গ) তৃতীয় স্কন্ধ (অনাদি পাতন)
ঘ) ষষ্ঠ স্কন্ধ (অজামিল উপাখ্যান)
ঙ) অষ্টম স্কন্ধ (অমৃত মন্থন, বলি ছলন)
চ) দশম স্কন্ধ
ছ) একাদশ স্কন্ধ
জ) দ্বাদশ স্কন্ধ
সম্পূৰ্ণ ভাগৱত পঢ়িবৰ বাবে তলৰ লিংকত ক্লিক কৰক।
Developed By Himanku Borah